নমস্কাৰ, সকলোকে মোৰ JS Vlogs & Kitchen লৈ আদৰণি জনাইছে। মই এগৰাকী মাতৃ। সকলো মাতৃৰ দৰে বহুতো অভিঞ্জতাৰে ভৰা মোৰ এই জীৱন। মোৰ অভিঞ্জতাৰে ভৰা নজনা কথাবোৰ সহজভাবে বুজাই দিবৰ বাবে YouTube ৰ জৰিয়তে এটা প্ৰয়াস কৰিছো। মোৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিব।
Login with Google Login with Discord