এইটো এটা educational channel । ক'ভিড অতিমাৰীৰ বাবে দেশত Lockdown হোৱা বাবে আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰী সকলৰ যি ক্ষয়-ক্ষতি হল তাৰ কিঞ্চিত পৰিমাণ পূৰণ কৰাৰ উদ্দেশ্যে Lockdown Classroom Youtube Channel টোৰ জন্ম দিয়া হৈছে । আশা কৰিছো ছাত্ৰ-ছাত্ৰী সকলে উপকৃত হব । ধন্যবাদেৰে
Hemanta Konwar